← ফুৰি যাওক

ছোঁ-ঘৰ

অৰ্থ

1.

ভাওনাত ভাবৰীয়াসকলৰ সাজ কৰা ঘৰ বা ঠাই

dressing room of actors; a green room

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ছোঁ-ঘৰ · অসমীয়া অভিধান