ছেদ
cheda
অৰ্থ
1.
সীমা; অন্ত; শেষ
the end or limit of a thing
বি.
2.
লেখাৰ কোনো অংশ; যেনে-"এইখন কাকতৰ তিনিছেদ পঢ়িলো"
a paragraph
বি.
3.
কথাৰ মাজৰ বিশ্ৰাম; কথাৰ মাজত ৰোবা
a cessation in a speech
বি.
4.
বাক্যৰ শেষত বা মাজত বিৰাম বুজোবা চিন; যেনে, ডাঢ়ি, কমা, ইত্যাদি
a full stop etc.
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ