← ফুৰি যাওক

ছেগ মাৰি

অৰ্থ

1.

চল চাই; সুযোগ চাই; সুচল পালেই; সময় বুজি

when an opportunity is available

2.

মাজে মাজে; কেতিয়াবা কেতিয়াবা

now and then; at interval

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ছেগ মাৰি · অসমীয়া অভিধান