← ফুৰি যাওক

ছেগ

chega

অৰ্থ

1.

কোনো কাৰ্য্যৰ মাজত খন্তেকীয়া আজৰি সময়

an interval

বি.

2.

কোনো কাৰ্য্য কৰিবৰ চল বা সুযোগ

an opportunity; a fit time

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ছেগ · অসমীয়া অভিধান