← ফুৰি যাওক

ছিন্ন-ভিন্ন

অৰ্থ

1.

অনেক ঠাইত পৰা; ঠাই ঠাই কৰা বা হোবা; ছেদেলি-ভেদেলি; সিঁচৰতি

dispersed; scattered about

বিণ.

2.

উচ্ছন্ন; নষ্ট

ruined; desolated

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ছিন্ন-ভিন্ন · অসমীয়া অভিধান