← ফুৰি যাওক

ছিদ্ৰকাল

অৰ্থ

1.

আক্ৰমণ কৰিবলৈ সুবিধাৰ সময়; যেনে -"ছিদ্ৰকাল লভিলন্ত দেব হৱষীকেশ" (প্ৰহ্লাদ-চৰিত্ৰ)

an opportunity for attack

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ছিদ্ৰকাল · অসমীয়া অভিধান