← ফুৰি যাওক

ছিদ্ৰ

chidra

অৰ্থ

1.

বিন্ধা

a hole

বি.

2.

জগৰ; দায়; দোষ

a fault; an offence

বি.

3.

অহিত কৰিবৰ চেলু

an opportunity of doing mischiefs

বি.

4.

দুৰ্গুণ

a defect

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ