← ফুৰি যাওক

ছিটিকা

chiṭikā

অৰ্থ

1.

একণমান; এচিকটা; সৰু অংশ; যেনে -"এক ছিটিকা তামোল"

a small portion of anything

বি.

2.

ডিঙিত ফাঁহ লগাই চৰাই ধৰা যতন

a springe

বি.

3.

ছিটিকাৰ এছাৰিৰ আকৱতিৰ যেই সেই ভিৰাই বা ঘোৰ খুবাই লগোবা বাঁহৰ কামী; যেনে-"নাও বা গাড়ীৰ ওপৰত লগোবা ছিটিকা"

a piece of split bamboo fixed an anything in the form of a semi-circle

বি.

4.

বাহিৰৰপৰা এপতীয়া দুবাৰ বন্ধ কৰিবৰ কাৰণে লগাই লোবা এটা যতন

a contrivance for closing a single-leaf door

বি.

5.

কোবনি

a spring

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ছিটিকা · অসমীয়া অভিধান