ছিঙ্
chiṅ
অৰ্থ
1.
দুই বা বেছি খণ্ড বা টুকুৰা কৰি বেলেগ কৰ্
to rend asunder; to tear; to break
সক. ধা.
2.
ফল-ফুল আদি গছৰপৰা এৰুবা; গজা বা লাগি থকা ঠাইৰপৰা এৰুবাই আন্; পাৰ্
to pluck; to pick
সক. ধা.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ