← ফুৰি যাওক

ছাবা

chābā

অৰ্থ

1.

সাধাৰণতঃ জন্ত্তৰ পোবালি

the young one of a bird or animal

বি.

সমাৰ্থক শব্দ

2.

ল'ৰা; যেনে -"ছাবাগোটে এত বৰ কৰিলে আমাক" (মা., আদিকাণ্ড)

a boy

বি.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ