← ফুৰি যাওক

ছাৰ

chāra

অৰ্থ

1.

মিছা; তুচ্ছ; মূল্যহীন; যেনে -"এৰিলোহোঁ ছাৰ নাৰী পুত্ৰ পৰিবাৰ" (মা. ক., অযোধ্যাকাণ্ড)

having no value or worth

বিণ.

2.

ছাই; তুচ্ছ; নেওচা; যেনে-"সকল সুখৰঃ মাথে ছাৰ দেওঁ" (বৰগীত); "কোনো ছাৰ পুৰাতনঃ সে কড়া দুইৰ ধনঃ কলসী ভাঙ্গিলো দেখি ৰাগে" (বৰগীত)

a term of course or curse

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ছাৰ · অসমীয়া অভিধান