← ফুৰি যাওক

ছাপ

chāpa

অৰ্থ

1.

মহী সানি বা লা লগাই কোনো বস্ত্তৰ ওপৰত হেঁচা মাৰি আখৰৰ সাঁচ বহুওবা যতন; মোহৰ

a seal; a stamp

বি.

সমাৰ্থক শব্দ

2.

ছাপেৰে বহুওবা আখৰৰ বা আন নক্ছাৰ সাঁচ

impression made with a seal

বি.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ছাপ · অসমীয়া অভিধান