ছান্দনি
chāndani
অৰ্থ
1.
গছত উঠাৰ সুচলৰ কাৰণে ভৰি দুটাত মেৰাই লোবা কণাৰি বা নগৰা
a loop of cord used for the feet in climbing a tree
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ