← ফুৰি যাওক

ছাটি

chāṭi

অৰ্থ

1.

কান্তি; চক্মকনি; তিৰ্বিৰণি; জিলিকনি

glitter; lustre

বি.

2.

এবাৰতে বলেৰে দূৰলৈ পেলোবা বা নিক্ষেপ কৰা জুলীয়া গুড়ি বা ক্ষুদ্ৰ ক্ষুদ্ৰ বস্ত্ত

a quantity of seed or liquid thrown at a time

বি.

3.

কোব; বলেৰে কৰা আলোড়ন; যেনে-"বতাহ বা বিচনীৰ ছাটি"; গৰুৰ নেজৰ ছাটি

a stroke; a blast

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ছাটি · অসমীয়া অভিধান