ছাটনি
chāṭani
অৰ্থ
1.
চাৰিওফালে মেৰাই মেৰাই দিয়া বান্ধ
something twined round and round
বি.
2.
গোঁঠনি; যেনে-চকি বা যঁতৰৰ বেতৰ ছাটনি
something woven (as cane or bamboo strips) thickly or with interslices
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ