ছাট
chāṭa
অৰ্থ
1.
ছিটিকনি; উফৰি পৰা পানী বা জুলীয়া বস্ত্তৰ টোপা, বিন্দু বা অলপ পৰিমাণ
splash; a drop
বি.
2.
লক্ষণ; চিন; যেনে -"তাৰ গাত গ্ৰহণীৰ বা পিশাচৰ ছাট পৰিছে"
sign; symptom
বি.
3.
অতি অলপ পৰিমাণ; যেনে-"খাৰৰ ছাট দি আঞ্জা বান্ধিছে"
a small quantity
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ