ছাইল
chāila
অৰ্থ
1.
ঢাকি ধৰিলে; যেনে-"সকল সেনাক ৰাজা শৰ হানি ছাইল" (মা. ক., লঙ্কাকাণ্ড)।
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ