← ফুৰি যাওক

ছাঁ

chām̐

অৰ্থ

1.

কোনো আঁৰ বা ঢাকনিৰ গতিকে হোবা বাদ বা পোহৰৰ অভাব; ৰ'দ বা পোহৰ নপৰাকৈ ৰখা আঁৰ বা ঢাকনি

a shade; a screen

বি.

2.

ৰক্ষাৰ স্হান

protection

বি.

3.

আৰ্চী আদিত ওলোবা প্ৰতিমূৰ্ত্তি

a reflected image

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ