ছবি
chabi
অৰ্থ
1.
চিত্ৰ; প্ৰতিমূৰ্তি
a picture
বি.
2.
প্ৰত্যেক চৰণত আঠোটা শব্দ থকা অসমীয়া ত্ৰিপদী ছন্দবিশেষ; যেনে-"অবিৰক্ত ভকতৰঃ বেদ লঙ্ঘিবাৰ দোষঃ জানাবাহা ইহাক নিশ্চয়" (নামঘোষা)
a kind of Assamese metre
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ