← ফুৰি যাওক

ছন্ন

channa

অৰ্থ

1.

ঢকা; আচ্ছন্ন; আবৱত

covered

বিণ.

2.

নষ্ট

destroyed

বিণ.

3.

ভঙ্গ; অমান্য; যেনে-"তযু আজ্ঞা কৰি ছন্ন" (কীৰ্ত্তন)

violated; disobeyed

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ