ছন্দ
chanda
অৰ্থ
1.
পদ্যৰ গঠন; আখৰৰ সংখ্যা আৰু উচ্চাৰণ দীঘল- চূটিৰ পৰিমাণ ঠিক কৰি কৰা নানা বিধৰ পদ্য-ৰচনা
metre; poetical measure
বি.
2.
কৌশল; স্বাৰ্থ-সিদ্ধিৰ উপায়
tactics; trick
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ