← ফুৰি যাওক

ছটা

chaṭā

অৰ্থ

1.

দীপ্তি; জিলিকনি; পোহৰ; শোভা

light; lustre; splendour

বি.

2.

ছিটা; ছিটিকনি; যেনে-"যত বৱক্ষ-লতাক বিন্দুৰ ছটা ছোবে" (হৰমোহন)

splash

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ