← ফুৰি যাওক

ছট-পোহৰ

chaṭa-pohara

অৰ্থ

1.

চাঁত কৰে ওলাই চাঁত কৰে মাৰ যোবা পোহৰ; চমক

a flash of light

বি.

2.

পোনেই ৰাতি পুবাই আহোঁতে হোবা পোহৰ; দোকমোকালি

the twilight of early dawn

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ছট-পোহৰ · অসমীয়া অভিধান