← ফুৰি যাওক

ছক্কা

chakkā

অৰ্থ

1.

ছটা ফোঁট বা চিন থকা তাচৰ পাত

the six of a suit of playing cards

বি.

2.

তাচ খেলত এক পক্ষই আন পক্ষৰপৰা এটাইবিলাক পাত জিকি লোবা

a chance in card-playing in which one party wins all the cards

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ছক্কা · অসমীয়া অভিধান