← ফুৰি যাওক

চোৰোক্

corok

অৰ্থ

1.

কোৰেৰে চাঁচ্; কোৰেৰে ওপৰে ওপৰে বন-পাত কাটি আৰু তাক ৰুকি পেলাই পৰিষ্কাৰ কৰ্ (ঠাই); . কৱদ

to clear or scrape with a hoe

সক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

চোৰোক্ · অসমীয়া অভিধান