চোবা
cobā
অৰ্থ
1.
দাঁতেৰে কামুৰি কামুৰি ভাঙ্; দাঁতেৰে পিহি গুৰি কৰ্
to chew
সক. ধা.
2.
দাঁতেৰে কামুৰি কামুৰি ৰস খাই পেলোবা সিতা; চোহোঙা
anything chewed and ejected from the mouth
বি.
3.
পেটৰপৰা ওলোবা বলৰ লবা; . কৱদ
lump of ordure or dung
সক. ধা.
4.
পাচ. ধা. আনৰ হতুবাই চাবন বা দেখন কাৰ্য্য কৰা
to make one see
5.
পণ্ডিত আদিৰ ওচৰত দিন-বাৰ মঙ্গলামঙ্গলৰ বুজ ল; চুবা-চিঁতা কৰ্
to consult an astrologer for an auspicious day, etc.
6.
চেবা গছ; তাল জাতিৰ এবিধ বৰ ওখ গছ [ইয়াৰ ডাবি মেলি একোটা বাটলু-গুটিৰ সমান থোপা-থোপে গুটি ধৰে; গছৰ শাহটো কোমল আৰু সোপোকা, বাহিৰফাল বৰ টান।]
the wild sago palm; Caryota urens
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ