← ফুৰি যাওক

ঘঁহি

অৰ্থ

1.

বা চাঁচি কোনো বস্ত্ত নিচেই ওপৰৰ ছাল বা পাতল ভাগ গুচা; ঘঁহি মল গুচা

to rub; to scrape

সক. ধা.

2.

কোনো বস্ত্ত লাহেকৈ হেঁচি বা চেপি ধৰি এমূৰৰপৰা সিমূৰলৈ টান্

to press or squeeze from one end to other

সক. ধা.

3.

নীৰস কৰ্; একো নাইকিয়া কৰ্; যেনে-"বিদেশীয়ে দেশখন চুঁচিলে"

to impoverish; to drain

সক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ঘঁহি · অসমীয়া অভিধান