চেপেটা
cepeṭā
অৰ্থ
1.
গোটা নোহোবা; ওপৰৰ ফাল সমান আৰু বহল
flat
বিণ.
2.
এবিধ বিদেশী মজলীয়া আকাৰৰ গছ [ই গাত ভোটা ভোটা আৰু সেৰেঙা আকাৰৰ কাঁইট মেলে আৰু ইয়াৰ খাবলৈ বৰ সোবাদ ফল ধৰে।]
the Bully tree or Neesberry; Achras sapota
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ