← ফুৰি যাওক

চেনেহুবা

cenehubā

অৰ্থ

1.

চেনেহ থকা; মৰমিয়াল; যেনে-"চেনেহুবা বাপেক"

affectionate

বিণ.

2.

বেচ নলৈ মৰম কৰি দিয়া বা কৰা (কাম, বস্ত্ত)

serving

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

চেনেহুবা · অসমীয়া অভিধান