চেনেহী
cenehī
অৰ্থ
1.
বৰ চেনেহৰ বা মৰম লগা মানুহ
a beloved person
বি.
2.
চেনেহ বা মৰমৰ মানুহক মতা মাত
a term of endearment
বি.
3.
বৰ চেনেহৰ; বৰ মৰম লগা
beloved
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ
cenehī
বৰ চেনেহৰ বা মৰম লগা মানুহ
a beloved person
বি.
চেনেহ বা মৰমৰ মানুহক মতা মাত
a term of endearment
বি.
বৰ চেনেহৰ; বৰ মৰম লগা
beloved
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ