← ফুৰি যাওক

চেতা

cetā

অৰ্থ

1.

লম্ভ্; পিশাচে পা; যেনে-"তাক পিশাচে চেতাইছে"

to be possessed with a spirit

সক. ধা.

2.

(পু. অ.) সজীব কৰা; জগোবা; যেনে-"তোমাক চেতাইলোঁ আমি এই অভিপ্ৰায়" (অনাদি-পাতন)

to cause to come to consciousness

সক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

চেতা · অসমীয়া অভিধান