← ফুৰি যাওকচেঙ্গেৰাceṅgerāঅৰ্থ1.ডেকাৰ স্বভাবৰ; চঞ্চলyouthful; restlessবিণ.সমাৰ্থক শব্দচেঙেৰা · ceṅerā2.বিয়া নকৰোবা ডেকা মানুহan unmarried youthবি.সমাৰ্থক শব্দচেঙেৰা · ceṅerāউৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ