চেঙা
ceṅā
অৰ্থ
1.
বৰ তপত; পুৰি মৰা; যেনে-"চেঙা তেল"
very hot; burning
বিণ.
2.
অশাঁত; অস্হিৰ; তজ্বজীয়া
restless; sprightly
বিণ.
3.
ওচৰলৈ যাব নিদিয়া; গাত হাত দিব নিদিয়া (জন্ত্ত)
not quiet or tame; shy
বিণ.
4.
বেদনা
pang; pinch
বি.
5.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ