← ফুৰি যাওক

চেখৰা

cekharā

অৰ্থ

1.

ডেকেৰুবা ওকণি

বি.

2.

ডেকেৰী; ডেকা বয়স পোবা

full-grown

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

চেখৰা · অসমীয়া অভিধান