← ফুৰি যাওক

চেক্চেকা

অৰ্থ

1.

কেঁচা ঘাত টেঙা, লোণ আদি লাগিলে হোবাৰ নিচিনা বেদনা কৰ্

to feel a sharp pain like one caused by salt, acid, etc., coming in contact with a fresh wound

অক. ধা.

2.

কোনো কোনো চৰাইৰ দৰে 'চেক্চেক্' শব্দ কৰ্

to utter a shrill cry like some birds

অক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ