← ফুৰি যাওক

চুকিয়া-চুকি

cukiẏā-cuki

অৰ্থ

1.

এচুকৰপৰা তাৰ বিপৰীত চুকলৈ যোবা

diagonal

বিণ.

2.

কেইবাটাও চুক থকা

having many angles or corners

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

চুকিয়া-চুকি · অসমীয়া অভিধান