চুকনীয়া
cukanīẏā
অৰ্থ
1.
খাজনা বা গুটি-আধি দিবৰ নিয়ম কৰি অলপ কাললৈ লোবা; খন্দুবা
sublet for a term
বিণ.
2.
নিৰুপিত নিয়মেৰে খাজনা দিবলৈ নিয়ম কৰি আনৰ মাটি লোবা
holding a lease for a term
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ