চিৰস্হায়ী
cirashāẏī
অৰ্থ
1.
সদায় থকা
everlasting
বিণ.
2.
বহুকালৰ পৰা একে ঠাইতে থকা
permanent
বিণ.
3.
পৰিবৰ্ত্তন নোহোবা; যেনে-"চিৰস্হায়ী বন্দোবস্ত"
unchangeable
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ
cirashāẏī
সদায় থকা
everlasting
বিণ.
বহুকালৰ পৰা একে ঠাইতে থকা
permanent
বিণ.
পৰিবৰ্ত্তন নোহোবা; যেনে-"চিৰস্হায়ী বন্দোবস্ত"
unchangeable
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ