← ফুৰি যাওক

ছালিছা

chālichā

অৰ্থ

1.

চালিচৰ ৰায় মানিম বুলি স্বীকাৰ কৰা জামিন- স্বৰূপে দুই পক্ষৰ লোকে চালিচৰ হাতত ৰখা টকা

money deposited as a security to abide by the decision of a private court

বি.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ছালিছা · অসমীয়া অভিধান