← ফুৰি যাওক

চাৰিঙীয়া

cāriṅīẏā

অৰ্থ

1.

আহোম ৰজাৰ দিনৰ এটা কাঁড়ী খেলৰ নাম [আদিতে এইবিলাক মানুহ চাৰিং নামেৰে এখন ঠাইৰপৰা অনা হৈছিল।]।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

চাৰিঙীয়া · অসমীয়া অভিধান