← ফুৰি যাওক

চামনি মাৰ্

অৰ্থ

1.

জুলীয়া বস্ত্তৰ ওপৰত জাল বান্ধ্ বা গোট খাই ছালৰ দবে হ

to rise to the surface as scum, etc.

2.

ছালৰ ওপৰত চাম বান্ধি ওলা; ছালৰ ওপৰত ঘনকৈ ওলা; দমলা মাৰ্ (ঘামচি আদি)

to break out on the body as an eruption

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ