চাঙি
cāṅi
অৰ্থ
1.
এখন চঁছালিৰ দুই দাঁতিত দুডোখৰ বাঁহ লগাই দুমুৰে দুটা মানুহে হাতেৰে ধৰি, নাইবা এদাঁতিত এডোখৰ বাত খুবাই আন দাঁতি মোকটাই সেই বাঁহত বান্ধি দুটা মানুহে কাণত লৈ মাটি কঢ়িওবা যতন
a bamboo frame-work for carrying earth
বি.
2.
দোলা; যেনে-"নিবুকিয়াল ৰাজখোবা......লোহাৰ ঢেকৰ লগা চাঙ্গী মাত্ৰ পাই"
a kind of litter
বি.
3.
চাৰিটা মানুহে কাণত নিব পৰা মৰা মানুহ নিবলৈ কৰা বাঁহৰ চাং
a bamboo bier
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ