← ফুৰি যাওক

চাকোলা

cākolā

অৰ্থ

1.

কঁকালৰ বা ভৰিৰ দোষত পোন হৈ থিয় হ'ব নোবৰা; ঠিককৈ পোন বা থিয় নোহোবা বা হ'ব নোবৰা

not erect; cripple

বিণ.

2.

গাৰ পৰিমাণ চাই চাপৰ, বা চাল বা ওপৰভাগ যিমান থিয় হ'ব লাগে সিমান নোহোবা; চন্দা (ঘৰ বা পাত্ৰ)

not high when compared to bulk; not having sufficient slope

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

চাকোলা · অসমীয়া অভিধান