← ফুৰি যাওক

চাকুলী-পীৰা

অৰ্থ

1.

এচটা ডাঠ কাঠ চাঁচি তাৰ গাতে খুৰা ৰাখি কৰা এবিধ ডাঙৰ কিন্ত্ত চাপৰ বহা পীৰা

a four legged low stool made out of the same block of wood

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

চাকুলী-পীৰা · অসমীয়া অভিধান