← ফুৰি যাওক

চাউলীয়া

cāulīẏā

অৰ্থ

1.

ভালকৈ নিসিজা; চাউল যেন হৈ থকা আধা-ফুটা (ভাত)

not well boiled; half-boiled

বি.

2.

পনীয়া অবস্হাৰ পাছত ভিতৰৰ শাহখিনি অলপ টান মৰা, কিন্ত্ত বুঢ়া নোহোবা (তামোল)

hardened but not ripe, as an arecanut

বি.

3.

কোচবেহাৰ-কামৰূপৰ কোচ ৰজাসকলৰ একশ্ৰেণী বিষয়া।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ