← ফুৰি যাওক

চল্চলীয়া

অৰ্থ

1.

পানীৰে খাল-বাম পূৰ হোবা

filled with water on all sides

বিণ.

2.

জল্জলীয়া; ৰূপৰ বৰণীয়া

bright; silvery white

বিণ.

3.

চকুৰ পানীৰে পূৰ (চকু)।

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

চল্চলীয়া · অসমীয়া অভিধান