চৰ্চ্
carc
অৰ্থ
1.
2.
(পু. অ.) চলা; কাৰ্য্য কৰ্; সম্পন্ন কৰ্; যেনে-"ইঠানৰ কাৰ্য্যঃ চৰ্চ্চিবোহো আমিঃ চলিও তুমি এক্ষণে" (মা. ক., অযোধ্যাকাণ্ড)
to manage
সক. ধা.
সমাৰ্থক শব্দ
3.
আলোচনা কৰ্; যেনে-"চৰ্চ্চিবাহা কৱষ্ণৰ কথাক" (শ্ৰীশঙ্কৰদেব)
to discourse
সক. ধা.
সমাৰ্থক শব্দ
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ