← ফুৰি যাওক

চৰিয়া

cariẏā

অৰ্থ

1.

গুপ্তচৰ; গুপ্ত কথা বা বিষয় জানিবলৈ নিযুক্ত কৰা লোক

a spy; a secret informer

বি.

2.

চৰ মাৰ্; চৰা।

সক. ধা.

3.

মুখ ধোবা পাত্ৰ

a wash-basin

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

চৰিয়া · অসমীয়া অভিধান