← ফুৰি যাওক

চ'ৰা-নাও

ca'rā-nāo

অৰ্থ

1.

আহোম ৰজাৰ দিনৰ ৰজা উঠি ধেমালি কৰা বৰ ওখ টিঙৰ নাও

the state barge of an Ahom king

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

চ'ৰা-নাও · অসমীয়া অভিধান