← ফুৰি যাওক

চৰহ্

carah

অৰ্থ

1.

চুহি খা; ওঁঠেৰে চুহি বা চেপি ৰস খা; চোহ্

to suck

সক. ধা.

2.

ৰস বা সোবাদ লোবা শক্তি নাইকিয়া কৰ্; যেনে-"কেঁহা তামোল বা কৰ্দ্দৈয়ে মুখ চৰহে"

to dull the power or sense of tasting

সক. ধা.

3.

তেজ-পুঁজ শুকাই চাপ খা (ঘা আদি)

to begin to dry or heal up

সক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ